ভাৰতীয় সেনাত খালী হোৱা পদত নিযুক্তি প্রদানৰ বাবে অহতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

- পদ - এছ এছ চি অফিচাৰ।
- পদৰ সংখ্যা - ১৭৮টা৷
- বয়স - ২০ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।
- শিক্ষাগত অৰ্হতা - অভিযান্ত্রিক স্নাতক।
- দৰমহাৰ নিৰিখ - ১৫,৬০০ টকাৰ পৰা -- ৩৯,১০০ টকা, লগতে ৫,৪০০ টকাৰ গ্রেড পে’।
- আবেদন পদ্ধতি - অনলাইনযোগে।
- আবেদন মাচুল - সাধাৰণ শ্রেণী আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ৮৫০ টকা। এছ টি. এছ চি বাবে ১০০ টকা৷
- নিযুক্তি প্রক্রিয়া - লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষা।
- আবেদনৰ অন্তিম দিন - ২৪ আগষ্ট, ২০১৬

facebook
twitter
google+
fb share