অইল ইণ্ডিয়া লিমিটেডত চাকৰিঃদৰমহা ৭৮,৫০০ টকা

অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷

Image result for oil india limited
  • পদসমূহ - ড্ৰিলিং ইঞ্জিনিয়াৰ৷
  • পদৰ সংখ্যা - ১০ টা৷
  • বয়স - ১৮ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত৷
  • দৰমহাৰ - ৭৮,৫০০ টকা (ঠিকাভিত্তিক)
  • শিক্ষাগত অৰ্হতা - বি ই/বি টেক৷
  • আবেদন পঠোৱাৰ ঠিকনা - চেন্টাৰ অব্ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ, ৰুক্মিণীগাঁও, জি এচ ৰোড, গুৱাহাটী - ৭৮১০২২
  • নিযুক্তি প্ৰক্ৰিয়া - মৌখিক সাক্ষাৎকাৰ৷ 
  • আবেদনৰ অন্তিম দিন - ৭ ছেপ্টেম্বৰ, ২০১৬৷
  • অধিক জানিবৰ বাবে চাওক - www.oil-india.com

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment