উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত পদখালী

Image result for Railway

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷

  • পদসমূহ - টিকট সংগ্ৰাহক, ক্লাৰ্ক, টাইপিষ্ট আদি৷(স্কাউট আৰু গাইডৰ বাবে সংৰক্ষিত)
  • পদৰ সংখ্যা - ১২ টা৷
  • বয়স - ১৮ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত৷
  • দৰমহাৰ নিৰিখ - ৫,২০০ টকাৰ পৰা ২০,২০০ টকা৷ লগতে অন্যান্ন সা-সুবিধা৷
  • শিক্ষাগত অৰ্হতা - দ্বাদশ শ্ৰেণী উত্তীৰ্ণ৷
  • আবেদন পঠোৱাৰ ঠিকনা - এছিচটেন্ট পাৰ্ছনেল অফিচাৰ, উত্তৰ-পূৱ সীমান্ত ৰে’লৱে, মালিগাও, গুৱাহাটী-৭৮১০১১৷
  • আবেদন মাচুল - সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০০ টকা আৰু এছ চি/এছ টিৰ বাবে  ২৫০ টকা 
  • নিযুক্তি প্ৰক্ৰিয়া - লিখিত আৰু স্কাউটিঙৰ দক্ষতা৷ 
  • আবেদনৰ অন্তিম দিন - ২৯ ছেপ্টেম্বৰ, ২০১৬৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment