অৰ্থহীন নিচুকনি: Can anybody give me a shelter ?

By- Bapukan Choudhury 




আজি ৰাতি নিচুকনি গীত নাগালেওঁ হব;
আজি ৰাতি উম নোলোৱাকৈয়ে শুব সিহঁত ••••••••

লাহে লাহে সিহঁত নিচুকনি গীত নুশুনাকৈয়ে শুব,
যিদৰে মোৰ দেশৰ ফুটপাথত নিদ্ৰাৰত হাজাৰ হাজাৰ অনাথ শিশু•••••••
মাটি কাৰ? 

মাটি কাৰ?
শূন্যতে উৰিছিল বহুতো প্ৰশ্ন;
উত্তৰ বিচৰা নাছিল কোনেও কাৰোৰে পৰা,
উত্তৰ আছিল অমূলক, অৰ্থহীন আৰু শূন্যত 

উৰি ফুৰা বহুতো হুমুনিয়াহ !!!!

মানুহবোৰে লুইতলৈ চালে,
লুইতে হাঁহিলে সিহঁতলৈ চাই•••••
শোষন আৰু তোষণৰ হাতোৰাত চেপা খুন্দা ব্যৰ্থ জীৱন !!!!
নাঙল মাটি আৰু মানুহৰ ভৰত মেৰুদন্ডহীন দূৰ্বল জাতি••••
কল পটুৱাৰ দৰে চকলা চকলকৈ এৰিছে চাল, 

ঘাম আৰু পৰিশ্ৰমত দূৰ্গন্ধময় শৰীৰ !!!!
নিজৰ ঘৰতে আজি আশ্ৰয় বিছাৰে••••••••
শুভ ৰাত্ৰি
সুখী থাকক৷৷


I am a citizen of india.
I love my country.
Can anybody give me a shelter?
I am really homeless after the eviction.
Please don't judge me with my dress and religion .
I am a human,
I am a mother.
please give me the shelter for my child....
By- 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :