NE Online ৰ তৰফৰপৰা ঈদৰ শুভেচ্ছা


ঈদ-উল-ফিটৰ উপলক্ষে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বীলোকক NE Online পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ঈদ মাত্ৰ এক উৎসৱে নহয়, ঈদ হ'ল মানৱতাবাদৰ এগছি আশাৰ বন্তি । আমি সকলোৱে আশাকৰো, ঈদৰ আনন্দই সকলোকে একতাৰ বাণীৰে উদ্বুদ্ধ কৰি সমাজত শান্তি-সম্প্ৰীতি অটুত ৰখাত সহায় কৰিব ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment