ৰাজ্যত ৫,১০০ গৰাকী ভেন্সাৰ শিক্ষকৰ দুৰ্দশা

৩১ আগষ্টৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান ঐক্যমঞ্চৰ


ৱেব ডেস্ক, ১৩ আগষ্ট, ২০১৬ :  

অসম সেই বর্ষতে সাত বছৰ সম্পূর্ণ কৰা উপযুক্ত মাধ্যমিক শিক্ষক কৰ্মচাৰী মঞ্চই ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰে প্রাদেশিকীকৰণ কৰিব শিক্ষা মন্ত্রী তথা বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাক ভেন্সাৰ লাগিছিল যদিও ইতিমধ্যে তিনিটা বছৰ পাৰ হৈ শিক্ষকসকলক লৈ কৰা ৰাজনীতি বন্ধ কৰিবলৈ দাবী যোৱাৰ পাচতো প্রাদেশিকীকৰণ সম্পর্কে কোনো জনোৱাৰ লগতে শীঘ্ৰে তেওঁলোকৰ ন্যায্যপ্রাপ্তিৰ ব্যৱস্থাই গ্রহণ নকৰিলে। এই সন্দর্ভত মঞ্চৰ লখিমপুৰ অধিকাৰ প্রদান কৰিবলৈ দাবী জনাইছে। 


এই সন্দর্ভত জিলা সমিতিৰ সম্পাদক তপন দত্তই তেওঁলোকৰ মঞ্চই জানিবলৈ দিছে যে ২০১৩ বৰ্ষতো শিক্ষা মন্ত্ৰীৰ প্রতিক্রিয়া প্রকাশ কৰি এইবুলি কয় যে শিক্ষা মন্ত্রী দায়িত্বত থকা হিমন্তবিশ্ব শৰ্মাই ২০১৩ চনৰ জুলাইত হিমন্তবিশ্ব শৰ্মাই ভেন্সাৰ শিক্ষকসকলক লৈ কৰা নিজে প্রণয়ন কৰা প্রাদেশিকীকৰণ আইন অনুসৰি ৰাজনীতিয়ে চৰমসীমা অতিক্রম কৰিছে। বিগত সময়ত বৈদ্যুতিন মাধ্যমত বিজ্ঞাপনৰ জৰিয়তে আত্মহত্যা কৰা এগৰাকী দুৰ্ভগীয়া ভেন্সাৰ শিক্ষকৰ পত্নীক ৰাজনৈতিক স্বার্থত ব্যৱহাৰ কৰি পৰিবৰ্তনৰ হকে বিজেপিক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হ’লে ৪৫ দিনৰ ভিতৰত বিদ্যালয় প্রাদেশিকীকৰণ কৰা হ’ব বুলি ঘোষণাও কৰিছিল। 

কিন্তু লক্ষণীয়ভাৱে চলিত বাজেট অধিৱেশনতো যোগ্য-অযোগ্য শিক্ষকৰ প্রশ্নৰে বিভিন্ন মন্তব্য প্রকাশ কৰা শিক্ষা মন্ত্ৰীগৰাকীয়ে প্রাদেশিকীকৰণৰ সম্পর্কে কোনো ঘোষণা নকৰিলে। সেয়ে মঞ্চই এতিয়া স্পষ্ট মন্তব্য কৰিছে এইবুলি— আমি অযোগ্য শিক্ষকৰ প্রাদেশিকীকৰণৰ পক্ষপাতী নহয়। সেইবুলি দুই এগৰাকী অযোগ্য শিক্ষকৰ বাবে হেজাৰ হেজাৰ শিক্ষকে তেওঁলোকৰ ন্যায্যপ্রাপ্তিৰ পৰা বঞ্চিত হৈ ৰ'ব সেয়া কেতিয়াও হ’ব নোৱাৰে। অসম প্রাদেশিকীকৰণ আইন ২০১১ ৰ সংশোধন ২০১৩ অনুসৰি যোগ্য বিবেচিত সাত বছৰ সম্পূর্ণ কৰা শিক্ষানুষ্ঠানৰ নাম আৰু শিক্ষকৰ তালিকা বিস্তৃতভাৱে ২০১৪ চনতে চৰকাৰী ৱেবছাইটত প্রকাশ পোৱাৰ আঢ়ৈ বছৰ পাৰ হৈ যোৱাৰ পাচতো উপযুক্ত শিক্ষকসকলক বলিৰ পঠা সজাই শিক্ষা মন্ত্ৰীগৰাকীয়ে উপযুক্ত শিক্ষানুষ্ঠান তথা শিক্ষকসকলক ন্যায্যপ্রাপ্তিৰ পৰা বঞ্চিত কৰি ৰখাৰ কোনো অধিকাৰ নাই।’ 

শিক্ষকসকলৰ আৰু অভিযোগ – দাৰিদ্ৰ্যপীড়িত শিক্ষকসকলৰ দুখৰ সমভাগী হোৱাৰ বিপৰীতে তুচ্ছ-তাচ্ছিল্যৰে তেওঁলোকক অন্ধকাৰৰ দিশলৈহে ঠেলি দিছে শিক্ষা মন্ত্ৰীগৰাকীয়ে। সেয়ে শেহতীয়াকৈ এইবুলি হুংকাৰ দিছে শিক্ষক-কর্মচাৰী ঐক্যমঞ্চই– অহা ৩১ আগষ্টৰ ভিতৰত বিদ্যালয় প্রাদেশিকীকৰণ প্রক্রিয়া সন্দর্ভত চৰকাৰে স্থিতি স্পষ্ট নকৰিলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোতে তেওঁলোকে ব্যাপক প্রতিবাদী কাৰ্যসূচীৰে দিছপুৰ কঁপাই তুলিব। তাৰ পাচতো যদি চৰকাৰখনে দিল্লীত তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও হুংকাৰ দিয়ে মঞ্চই। মঞ্চই ৪২০ খন শিক্ষানুষ্ঠানৰ ৫,১০০ গৰাকী যোগ্য শিক্ষক-কর্মচাৰীৰ ন্যায়ৰ বাবেহে যুঁজ দিছে বুলিও উল্লেখ কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment