দেশৰ দ্বিতীয় বৃহৎ মূল্যৱান প্ৰতিষ্ঠান এইচ ডি এফ চি বেংক

Image result for hdfc bank logo
ৱেব ডেস্ক, ৫ চেপ্টেম্বৰ, ২০১৬ঃ
৩.২৬ লাখ কোটি টকা বজাৰ মূলধনেৰে দেশৰ দ্বিতীয় বৃহৎ মূল্যৱান প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে এইচ ডি এফ চি বেংকে৷ এইক্ষেত্ৰত দেশৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাস্ট্ৰিজ লিমিটেডক অতিক্ৰম কৰিছে এইচ ডি এফ চি বেংকে৷ অৱশ্যে এইপৰ্যন্ত দেশৰ বৃহৎ মূল্যৱান প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈ আছে ছফটৱেৰ প্ৰতিষ্ঠান টাটা কনছালটেন্সি ছাৰ্ভিচেজ৷ প্ৰতিষ্ঠানটোৰ বজাৰ মূলধনৰ পৰিমাণ ৪.৯৫ লাখ কোটি টকা৷ তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হোৱা আৰ আই এলে বিগত সময়ছোৱাত ৩.২৮ লাখ কোটি টকাৰে তালিকাৰ দ্বিতীয় স্থানত আছিল৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment