ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত খালী হোৱা পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্র আহ্বান কৰা হৈছে।
আবেদনৰ অন্তিম দিন-২৩ ছেপ্টেম্বৰ, ২০১৬
মুঠ পদৰ সংখ্যা- চাৰিটা।
পদসমূহ— লাইব্রেৰিয়ান, ক্ৰীড়া সঞ্চালক,উপ- সঞ্চালক ইত্যাদি।
শিক্ষাগত অৰ্হতা— পদ অনুযায়ী ভিন্ন ভিন্ন।
দৰমহাৰ নিৰিখ— পদ অনুযায়ী ভিন্ন ভিন্ন।
আবেদনৰ মাচুল- ৫০০ টকা।
আবেদন পত্ৰ পঠোৱাৰ ঠিকনা— পঞ্জীয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, ৭৮৬০০৪।
অধিক জানিবলৈ ক্লিক কৰক
“NEonline.in” can give basic notion what about it !
We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism.
Our goal is to reach each and every corner of the whole country and becoming the voice of voice less.
Editor : S. A. Ahmed,
Executive Editor : Shakil Ahmed,
please send us a mail to post here, Email: neonlinenews@gmail.com
facebook
twitter
google+
fb share