গুৱাহাটী, ০৩ জুলাই,
কালি অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ আৰু এয়াৰ ফিল্ডৰ বাবে উত্তৰ চিলাপথাৰবাসীৰ ভূমি অধিগ্ৰহন পক্ৰিয়া বাতিলৰ দাবীত বৰপথাৰ পৰা চিলাপথাৰ লৈ জোৰ সমদল আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চিলা পথাৰ আঞ্চলিক সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজী জিলা সমিতিয়ে৷ উক্ত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ লগতে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ বাবে দাবী জনায়৷
facebook
twitter
google+
fb share