শেহতীয়াকৈ বাংলাদেশ আৰু পাকিস্তানত উগ্ৰপন্থীয়ে চলোৱা হিন্দু নিৰ্য্যাতন, পুৰোহিত হত্যা, নাৰী ধৰ্ষণ, হিন্দু নিধন কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হয় বৰপেটাৰোড। আজি হিন্দু নাগৰিক মঞ্চৰ উদ্যোগত এইলৈ চহৰখনত এক শান্তি সমদল উলিয়াই এই হত্যালীলাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকসকলে ভাৰত চৰকাৰক দুয়োটা দেশৰ লগত আলোচনাত মিলিত হৈ এই হত্যালীলা কঠোৰ হাতেৰে দমন কৰাৰ বাবে আহ্বান জনায়৷ এই কাৰ্যসূচী ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷
Home
/
বাংলাদেশ-পাকিস্তানত হিন্দু নিৰ্যাতনঃ বৰপেটাৰোডত প্ৰতিবাদ
/
বাংলাদেশ-পাকিস্তানত হিন্দু নিৰ্যাতনঃ বৰপেটাৰোডত প্ৰতিবাদ
-
Blogger Comment
-
Facebook Comment

facebook
twitter
google+
fb share