নগাওঁত ধনৰ লোভত মৃত ব্যক্তিক দুদিনৰ বাবে চিকিত্সা


গুৱাহাটী, ১৯ জুলাই, ২০১৬ :


নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিত্সালয় জি ভি নাৰ্ছিংহোম আৰু ৰিছাৰ্চ চেণ্টাৰত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি চিকিত্সালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এজন মৃত ব্যক্তিক ধনৰ লোভত আই চি ইউত ৰাখি চিকিত্সা কৰি থকাৰ অভিযোগ তুলি মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোক আৰু ৰাইজে আজি দুপৰীয়া চিকিত্সালয়খনৰ আচবাব চিকিত্সালয় কর্তৃপক্ষৰ বিৰুদ্ধে একমাত্র ধনৰ লোভত চিকিত্সালয় কর্তৃপক্ষই চিকিত্সা ৰাজপথত ধর্ণা দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। উল্লেখ্য, চলাই আহিছিল। আজিহে চিকিত্সকে ব্যক্তিজনৰ মৃত্যু যোৱা ১৬ জুলাইত উচ্চ ৰক্তচাপজনিত কাৰণত জুৰীয়াৰ হোৱা বুলি ঘোষণা কৰাৰ লগতে অধিক বিল বিচৰাত এই এক নং বৰালিমৰীৰ আদম আলী (৪৫) ক পৰিস্থিতিৰ সৃষ্টি হয়। পিচত আৰক্ষী আহি ঘটনাস্থলীত চিকিত্সালয়খনত ভর্তি কৰোৱা হয়। পৰিয়ালৰ লোকে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগা হয়। অভিযোগ কৰামতে দুদিন পূর্বে মৃত্যু হোৱা লোকজনক চিকিত্সালয়খনৰ এনে কার্যক সচেতন মহলে গৰিহণা দিছে।


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment