বাক্সা, ৩০ জুলাই, ২০১৬ :
বেঁকী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকা বাক্সাৰ নাৰায়ণগুৰি তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মথৰি আৰু অধিক জটিল হৈ পৰিছে। বেঁকী নৈৰ পানীয়ে মানাহৰ পাঁচ মাইলৰ মথাউৰিৰ একাংশ ছিগি যোবাৰ ফলত ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰৰে পানী বাগৰি আহিউদ্যানখনৰ লগতে বহু এলেকা প্লাবিত কৰাৰ লগতে উদ্যানখনৰ দাঁতিকাষৰীয়াবাক্সাৰশালবাৰীৰ কেইবাখনোগাও প্লাবিত কৰিছে। আশংকা কৰামতেই নাৰায়ণগুৰিৰ মথাউৰি তিনি ঠাইত ভাবুকিৰ সৃষ্টি কৰিছে। নাৰায়ণগুৰীৰ মথাউৰিৰ ওপৰেৰে পানী বাগৰাৰ ফলত যিকোনো সময়ত ভাগি পৰাৰ আশংকা কৰা হৈছে। মনাহৰ পাচমইলৰ মথাউৰিৰ পনীবগৰৰ ফলত পোন্ধৰখনকৈ গাঁও প্লাবিত হৈছে।
facebook
twitter
google+
fb share