অসম লোকসেৱা আয়োগত পদখালী /Job Vacancy in APSC

Image result for APSC
অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদত  নিযুক্তি প্ৰদানৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷

* পদ - প্ৰবক্তা৷
* পদৰ সংখ্যা - ৩৪ টা৷
* শিক্ষাগত অৰ্হতা - স্নাতকোত্তৰ ডিগ্ৰী৷
* দৰমহা - ১২,০০০ টকাৰ পৰা ৪০,০০০ টকাৰ ভিতৰত আৰু লগতে অন্যান্য বানচ৷
* বয়স - ২১ ৰ পৰা ৪৩ বছৰৰ ভিতৰত৷
* নিযুক্তি প্ৰক্ৰিয়া - স্ক্ৰীনিং টেষ্ট৷
* আবেদন পত্ৰ পঠোৱাৰ ঠিকনা - অসম লোকসেৱা আয়োগ, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী৷
* আবেদনৰ অন্তিম দিন - ২৩ চেপ্টেম্বৰ, ২০১৬৷
* অধিক জানিবৰ বাবে চাওক - www.apsc.nic.in

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment