
ইন্টেলিজেন্স ব্যুৰ’ত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে৷
* পদ - কনিষ্ঠ ইন্টেলিজেন্স৷
* পদৰ সংখ্যা - ৩২০ টা৷
* শিক্ষাগত অৰ্হতা - বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ৷
* দৰমহা - ৫,২০০ টকাৰ পৰা ২০,২০০ টকা লগতে ২,৪০০ টকাৰ গ্ৰেড পে’৷
* বয়স - ১৮ ৰপৰা ২৭ বছৰৰ ভিতৰত৷
* আবেদন মাচুল - সাধাৰণ আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০ টকা৷ এছ চি, এছ টি আৰু মহিলা প্ৰাৰ্থীৰ বাবে মাচুল নালাগে৷
* নিযুক্তি প্ৰক্ৰিয়া - লিখিত পৰীক্ষা৷
* আবেদন পদ্ধতি - অনলাইন যোগে৷
* আবেদনৰ অন্তিম দিন - ২৪ চেপ্টেম্বৰ, ২০১৬৷
* অধিক জানিবৰ বাবে চাওক - www.mha.nic.in
facebook
twitter
google+
fb share