বাক্সা, ২ জুলাইঃ
সদ্য ঘোষিত এপিএছচিৰ (#APSC) ফলাফলত এপিএছৰ (#APS) প্ৰথমস্থান দখল কৰি সমগ্ৰ বাক্সা জিলাৰ লৈ গৌৰৱ কঢ়িয়াই অনা বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অধিনস্থ আনন্দবজাৰ আৰক্ষী পহৰাচকীৰ অন্তৰ্গত অতি পিছপৰা হাটখোলা গাওঁৰ নাৰায়ণ দাস আৰু অলকা দাসৰ পুত্ৰ জোন দাসক (#John Das) আজি বিপুল আদৰণি জনোৱা হয়৷ আনন্দ বজাৰৰ হাটখুলা অঞ্চলৰ ৰাইজ আৰু আছুকে আদি কৰি বিভিন্ন দল-সংগঠনে সমদল কৰি জোন দাসক সম্বৰ্ধনা জনোৱাৰ সমান্তৰালকৈ জিলা খনৰ লগতে অঞ্চটোলৈ গৌৰৱ কঢ়িয়াই অনা দাসক নৃত্য-গীতেৰে বিপুল ভাবে আদৰণি জনায়৷
facebook
twitter
google+
fb share