ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত আমছুৰ অৱস্থান ধৰ্ণা

গুৱাহাটী, ২ জুলাইঃ










বিগত কেইবাবছৰৰ পৰা মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰৰ উত্তৰ ফালে থকা নগাঁও জিলাৰ মোৱামাৰী ও বিৰিঙাবাৰী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই হাজাৰ- হাজাৰ পৰিয়ালক সৰ্বস্বান্ত কৰিছে আৰু বছৰে-বছৰে হোৱা বানপানীৰ ফলত নগাঁও আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰী ও ধিং অঞ্চলত খেতিপথাৰৰ লগতে ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈ আছে সেয়ে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মৰিগাঁও আৰু নগাওঁ জিলা "আমছু"ৰ সহযোগত মৈৰাবাৰী আৰু লহকৰ আঞ্চলিক "আমছু"ৰ উদ্যোগত ০২ জুলাই, ২০১৬ তাৰিখ, শনিবাৰে দিনৰ ১০বজাৰ পৰা (মৈৰাবাৰী বজাৰৰ উত্তৰে মোৱামাৰী নদীৰ পাৰত) ৫ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।‌ উক্ত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ লগতে ক্ষতিগ্ৰস্থ লোকসকলৰ সংস্থাপনৰ দাবী উত্থাপন কৰে সংগঠনটোৱে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment