বিষাদলেণ্ড নাৰায়ণগুৰি এতিয়াৰ পৰা অনলাইনত

গুৱাহাটী, ১০ জুলাইঃ
বিটিএডিৰ নাৰকীয় হত্যাকাণ্ডৰ ওপৰত আধাৰিত আৰু সংখ্যালঘু হত্যাকাণ্ডৰ ওপৰত বিশ্লেষণাত্মক ৰূপত প্ৰকাশ কৰা বিষাদলেণ্ড নাৰায়ণগুৰি এতিয়াৰ পৰা অনলাইনত পঢ়িব পাৰিব সকলো পাঠকে৷ অসমীয়া ভাষাৰ এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন বহু পাঠকে বিচাৰি নোপোৱাত শেষতীয়াকৈ লেখক সাজাহান আলী আহমেদে এই ব্যৱস্থা কৰিছে বুলি আজি নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰিছে আহমেদে৷ এই খবৰে নিশ্চিত ভাবে অসমীয়া গ্ৰন্থ অনলাইনত পঢ়িব বিচৰাসকলৰ মাজত উত্সাহ বৃদ্ধি পোৱা দেখা গৈছে৷ উল্লেখ্য যে আহমেদৰ shajahanaliahmed.blogspot.com আৰু shajahanaliahmed.wordpress.com ত এই গ্ৰন্থখন অহা ১১ জুলাইৰ পৰা ধাৰাবাহিক ভাবে প্ৰকাশ পাব বুলি জানিবলৈ দিছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment