গুৱাহাটী :
মাজুলী সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচন কৰি পঠোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ পদবীত অধিষ্ঠিত হোৱাৰ সৌভাগ্য লাভ কৰা সৰ্বানন্দ সোনোৱালে মাজুলীবাসীক যেন প্ৰথমটো উপহাৰ যাচিলে৷বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে মাজুিলক জিলালৈ উন্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অহা আগষ্ট মাহৰ ভিতৰত এই সংক্ৰান্তীয় আনুষ্ঠানিক ঘোষনা আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে৷ কেবিনেট বৈঠকৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই কথা সদৰী কৰে৷
facebook
twitter
google+
fb share