অহাকালি অৰ্থাৎ বুধবাৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভ্ৰমণ কৰিব শিলচৰ

গুৱাহাটী:

পৰিৱৰ্তনৰ জোৱাৰ তুলি অসমৰ আকাশ বতাহ কপাই বিপুল ভোটত জয়লাভ কৰা সৰ্বানন্দ সোনোৱালে মিত্ৰজোট চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে কাইলৈ শিলচৰ ভ্ৰমণ কৰিব৷ ভ্ৰ্মণ কালত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু ডিমা-হাচাও জিলা কেইখনৰ উপায়ুক্ত আৰু পুলিছ অধীক্ষকৰ লগতে জেষ্ঠ বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment