
অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷
- পদসমূহ - এছিছটেন্ট টেকনিছিয়ান, এছিছটেন্ট অপাৰেটৰ, এছিছটেন্ট মেকানিক৷
- পদৰ সংখ্যা - ৩৯৫ টা৷
- বয়স - ১৮ ৰপৰা ৩৫ বছৰ বয়সৰ ভিতৰত৷
- শিক্ষাগত অৰ্হতা - হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ লগতে অাই টি আই৷
- দৰমহা - ১৩,৫০০ টকাৰ পৰা ২৮,০০০ টকা৷
- আবেদন পত্ৰ পঠোৱাৰ ঠিকনা - দা এডভাৰটাইজাৰ, কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান, ডিব্ৰুগড় - ৭৮৬৬০২৷
- আবেদনৰ অন্তিম দিন - ১৩ ছেপ্তেম্বৰ, ২০১৬৷
facebook
twitter
google+
fb share