ভাৰতীয় নৌ সেনাত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷


ভাৰতীয় নৌ সেনাত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷

  • পদ - এছ এছ চি বিষয়া৷
  • বয়স - ১৯ বছৰ বয়সৰ পৰা ২৫ বছৰৰ ভিতৰত৷
  • শিক্ষাগত  অৰ্হতা - বি ই/বি টেক৷
  • দৰমহা - ১৫,৬০০ টকাৰ পৰা ৩৯,১০০ টকাৰ লগতে ৫,৪০০ গ্ৰেড পে’৷
  • আবেদন পদ্ধতি - অনলাইন যোগে৷
  • নিযুক্তি প্ৰক্ৰিয়া - লিখিত আৰু শাৰীৰিক পৰীক্ষা৷
  • আবেদনৰ অন্তিম দিন - ৩ ছেপ্টম্বৰ, ২০১৬৷
  • অধিক জানিবৰ বাবে চাওক - www.joinindiannavy.gov.in

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment