
- পদ - সুৰক্ষা কৰ্মী।
- পদৰ সংখ্যা - ১৬টা৷
- বয়স - ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
- শিক্ষাগত অৰ্হতা - হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ৷
- দৰমহাৰ নিৰিখ - ১০,৯৪০ টকাৰ পৰা - ২৩,৭০০ টকা৷
- আবেদন পত্ৰ পঠোৱাৰ ঠিকনা - আঞ্চলিক সঞ্চালক, ভাৰতীয় ৰিজাৰ্ভ বেংক, মানৱ সম্পদ বিভাগ, নেতাজী সুভাষ ৰোড, কলকাতা, ৭০০০০১৷
- নিযুক্তি প্রক্রিয়া - লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ।
- আবেদনৰ অন্তিম দিন - ৩১ আগষ্ট, ২০১৬
facebook
twitter
google+
fb share