অসম কৃষি বিশ্ববিদ্যালয়ত পদখালী৷

অসম কৃষি বিশ্ববিদ্যলয়ত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷

  • পদ - কাৰীকৰি সহায়ক (ঠিকাভিত্তিক)৷
  • পদৰ সংখ্যা - ১ টা৷
  • শিক্ষাগত অৰ্হতা - গাৰ্হস্থ্য বিজ্ঞানৰ স্নাতক৷
  • দৰমহা - ১০,০০০ টকা৷
  • নিযুক্তি প্ৰক্ৰিয়া - মৌখিক সাক্ষাৎকাৰ৷
  • সাক্ষাৎকাৰৰ দিন - ২৩ আগষ্ট, ২০১৬৷
  • সাক্ষাৎকাৰৰ স্থান - হিউমেন ডেভলপমেন্ট বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট৷
  • অধিক জানিবৰ বাবে - www.aau.ac.in

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment