ওৱেব ডেক্স:
আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ যুগত বিজ্ঞানৰ আবিস্কাৰে যি ধৰণে মানুহৰ জীৱন সহজ কৰি তুলিছে ঠিক তাৰ সম পৰিমানে ক্ষতিও নকৰা নহয়৷ বিজ্ঞানৰ আবিক্সাৰৰ ভিতৰত বৰ্তমান এক উল্লেখযোগ্য আৰু আমাৰ সকলোৰে জীৱন সহজসাধ্য কৰি তোলা সামগ্ৰীবিধেই হ’ল স্মাৰ্টফোন৷ স্মাৰ্টফোনৰ ব্যৱহাৰে আমাৰ দৈন্দিন জীৱৰ ৪০-৫০ শতাংশ কাম আঙুলিৰ আগত হোৱা বুলি ক’লেও ভূল কোৱা নহ’ব৷ স্মাৰ্টফোনৰ আসক্তিৰ ফল যে কিমানখিনি মাৰাত্মক হব পাৰে সেয়া পুণৰ আকৌ এবাৰ প্ৰকাশ কৰিলে বিজ্ঞানিক সকলে৷ ইমানদিনে আমি সকলোৱে ভাবিছিলো আত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰে চকুৰে নানা বেমাৰৰ সৃষ্টি কৰে৷ বিজ্ঞানীসকলে জনোৱা মতে মাথো চকুৱেই নহয়, স্মাৰ্টফোনৰ ব্যৱহাৰে ক্ষতি কৰি আছে শুক্ৰাণুৰো৷
স্মাৰ্টফোনৰ ব্যৱহাৰে দিনক দিনে শুক্ৰাণুৰ পৰিমাণ কমাই দি আছে৷ বিশেষকৈ পুৰুষসকলে সাধাৰণত প্যান্টৰ পটেকত মোবাইল ফোন ৰাখে৷ স্মাৰ্টফোনৰপৰা যি ৰেডিঅ’ ফ্ৰিকুয়েস্নি ইলেকট্ৰো মেগন্টিক ৰেডিয়চন প্ৰবাহীত হয় তাতেই ক্ষতিগ্ৰস্থ হৈ আছে পুৰুষৰ প্ৰজননতন্ত্ৰ৷ এই ক্ষতিকাৰক তৰঙ্গই শুক্ৰাণুৰ ঘনত্ব কমাই দিয়াৰ লগতে লাহে লাহে শুক্ৰাণুৰ পৰিমাণো কমাই দিয়ে৷

facebook
twitter
google+
fb share