ইংৰাজী ভাষাত ‘বেংগল’, বাংলাত বংগ

বেৱ ডেস্কঃ গুৰগাওঁ আৰু বাংগালুৰুৰ পিচত এই বাৰ পশ্চিমবংগৰ নাম সলাবলৈ সিদ্ধান্ত লৈছে ৰাজ্যখনৰ তৃণমূল কংগ্রেছ চৰকাৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰে আজি পশ্চিমবংগ নামটোৰ পৰা পশ্চিম শব্দটো আঁতৰাই কেৱল বেংগল নামটোহে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইমৰ্মে বাংলা ভাষাত ৰাজ্যখনৰ নাম হ’ব ‘বংগ’ বা ‘বাংলা’ আৰু ইংৰাজী হ’ব ‘বেংগল’৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ৰ কথা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে৷

facebook
twitter
google+
fb share