পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, কেবল আৰু ডিজিটেল টিভিৰ আমোদকৰ, চেনি, ঔষধ, প্রতিষেধক, ছিৰিঞ্জ, বেজী, চিকিত্সাজনিত সূতা, ঔষধি শ্বেম্পু, ঔষধি চাবোন, ঔষধি টুথপেষ্ট, চুলিত ব্যৱহৃত ঔষধি তেল, সৌৰচালিত শক্তি সামগ্রী, গুড়, জাগাৰী, চিগাৰেট, বিড়ি, চাধা, লালি গুড়, পেকেজড ফুড, কৃষি সামগ্রী, ই পি বি এক্স যন্ত্র, ইটা, টাইলছ, সূতা, মাকো, এলুমিনিয়াম সামগ্রী, ষ্ট্ৰীলৰ ব্ৰাছ, প্রেছাৰ কুকাৰ, তামোল, চুপাৰি, যান-বাহনৰ যন্ত্রাংশ, বাইচাইকেল, ৰিক্সা, হুইল চেয়াৰ, টায়াৰ-টিউব, কাপ-গ্লাছ, প্লেট, চামুচ, দুধদানি, মৰাপাট আৰু মৰাপাট সামগ্ৰী, ট্রেন্সফর্মাৰ, ছেনিটাৰী নেপকিন, চি এফ এল বালব, মৌ, গ্লুক'জ, জ্যামিতি বক্স, গোলক আৰু মেপ, ঘিউ, বহী, গ্রাফ বহী, পেন্সিল, ৰবৰ, ইৰেজাৰ, স্বাপনাৰ, কাগজৰ খাম, মমবাতি, প্লাইউড, টাপলিন, এল ই ডি টিভি, এল চি ডি টিভি, কম্পিউটাৰ, ৰেডিঅ’, টেলিফোন, থলুৱা প্রস্তুত চাবোন, জাম, জেলী, আচাৰ, ফলৰ ৰস, ছাতি, ট্রেক্টৰ, পাৱাৰটিলাৰ, বাচন-বর্তন, খোৱা তেল, বনস্পতি, নিউজপ্রিন্ট, মহ খেদা যন্ত্র, বিভিন্ন প্রকাৰৰ মচলা, চূণ, উল, বৰফ, হৰ্ছ পাইপ, কয়ৰ সামগ্ৰী, হেণ্ড পাম্প, বিভিন্ন গছৰ শিপা আৰু ফুল, ধূনা-ধূপকাঠী, গছৰ পাতেৰে প্রস্তুত পাত-গিলাচ, পি ভি চি পাইপ, ডায়েৰী-কেলেণ্ডাৰ, মুদ্ৰণত ব্যৱহৃত চিয়াঁহী, ৰেডিমেড সাজ-পোছাক, বিভিন্ন প্রকাৰৰ গছ আৰু ফুলৰ বীজ, চিলাই মেচিন, ছিন্ধৰ কাপোৰ, পেকেটযুক্ত মাছ-মাংস, পেৰাফিন ৱাক্স, পাপৰ, মিঠাই, ডাম্পাৰ, ৰোড ৰোলাৰ, শুকান ফল, এক্স-ৰে ফিল্ম, খেলাৰ সামগ্ৰী, ৰন্ধন খাদ্য, জেনেৰেটৰ, ইলেক্টিকেল সামগ্রী, ইলেক্ট্ৰনিকছ কেলকুলেটৰ, ইলেক্ট্ৰনিকছ টাইপৰাইটাৰ, মাইক্ৰ'ফোন, আই টি ছফটৱেৰ, ভিডিঅ’ কেমেৰা, ইলেক্টিকেল ছুইছ আৰু কানেক্টৰ, ফেনাইল, বিভিন্ন প্রকাৰৰ এচিড, ছডিয়াম হাইড্ৰ’ অক্সাইড, জিংক অক্সাইড, কপাৰ ছালফেট, কেলছিয়াম কাৰ্বাইড, এন্ত্ৰইডাৰী কৰা সামগ্ৰী, ৰাসায়নিক সাৰ, কীটনাশক, ফাইবাৰ সামগ্রী, উচ্চ ক্ষমতাসম্পন্ন কেবল, কালাৰ বক্স।
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share