ৱেব ডেস্ক, ২৬ জুলাই, ২০১৬ :
অসম বিধান সভাত আজি বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৮ মাহৰ বাবে ৭৮,২৫৩.৩৬ কোটি টকাৰ বাজেট দাখিল কৰে। তেখেতে দাখিল কৰা বাজেটৰ কেইটামান বিশেষ প্ৰস্তাৱ হৈছে—

* অহা ৮ মাহত মুঠ ঘাটিৰ পৰিমাণ ২৮৮০.৯১ কোটি টকা ।
* বাজেটত ১০ হেজাৰ কোটি টকাৰ বোজা প্ৰকাশ।
* নতুনকৈ ৪ হাজাৰ কোটি টকাৰ দায়বদ্ধতা।
* ৰাজ্যৰ আৰ্থিক দায়বদ্ধতা ১৪,২৭৬.৯৭ কোটি টকাৰো অধিক ।
* ৰাজ্যৰ ঋণৰ পৰিমাণ ৩১,৩০০.৯২ কোটি টকা।
* বিহপুৰীয়া, হোজাই আৰু বৰপেটাত হব বিশ্ববিদ্যালয়।
* শংকৰ সংঘলৈ ১০০ কোটিৰ অনুদান।
* কোকৰাঝাৰত স্থাপন হব মেডিকেল কলেজ ।
* ৬ টা গুৰুতৰ ৰোগীক আৰ্থিক সকাহ।
* ৰহাত স্থাপন হ’ব সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান ।
* প্ৰতিজন বিধায়কে পাব ৫০ লাখ টকাৰ বিশেষ সাহায্য পুঁজি।
* প্ৰতিখন থানালৈ গৃহ নিৰ্মাণৰ বাবে দুই কোটি টকা ।
* প্ৰতিখন গাওঁত ব্যয় কৰিব ১.২০ কোটি টকা।
* NRC উন্নীতকৰণৰ বাবে ২৪৯ কোটি টকা।
* মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে বৃহত্ অভিযান ।
* মেট্ৰিক আৰু উচ্চ মাধ্যমিকত প্ৰথম বিভাগ পোৱাই পাব কম্পিউটাৰ ।
* CBSC ৰ অধীনলৈ ৫০ খন স্কুল নিয়া হব।
* ৪ হেজাৰ নতুন আৰক্ষীৰ পদ সৃষ্টি।
* তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিত মৌখিক পৰীক্ষাৰ অৱলুপ্তি।
* চৰকাৰী চিকিত্সকৰ অৱসৰৰ বয়স ৬৫ বছৰ।
* আত্ম সমৰ্পনকাৰী উগ্ৰপন্থীক চাকৰী।
* দাম বাঢ়িব চিগাৰেট, দেশী বিদেশী সুৰাৰ।

READ>>> কি কি সামগ্রীত বাঢ়িল দাম

facebook
twitter
google+
fb share