ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী পদত নিযুক্তি প্রদানৰ বাবে অৰ্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে
- পদ - বিষয়া ( গ্ৰেড বি)
- পদৰ সংখ্যা - ১৬৩ টা৷
- বয়স - ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত৷
- শিক্ষাগত অৰ্হতা - ৬০% নম্বৰসহ স্নাতক উত্তীৰ্ণ৷
- দৰমহাৰ নিৰিখ - ৩৫,১৫০ টকাৰ পৰা ৬২,৪০০ টকা। লগতে অন্যান্য সা-সুবিধা৷
- আবেদন পদ্ধতি - অনলাইনযোগে।
- আবেদন মাচুল - সাধাৰণ শ্রেণী আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ৮৫০ টকা। এছ টি. এছ চি বাবে ১০০ টকা৷
- নিযুক্তি প্রক্রিয়া - লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ।
- আবেদনৰ অন্তিম দিন - ৯ আগষ্ট, ২০১৬৷
facebook
twitter
google+
fb share