শাফিউল হাছান, কলগাছিয়া, ২৫ জুলাইঃ
বৃহত্তৰ কলগাছিয়া নাগৰিক সামজৰ উদ্যোগত যোৱাকালি কলগাছিয়াত দিনৰ ১১ বজাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগতামূলক আৰু শান্তিৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে এখনি শান্তি সমাবেশৰ আয়োজন কৰে৷ উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ কেইবা শতাধিকক সচেতন নাগৰিক, বুদ্ধিজীৱি, ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰযন্মৰ উদীয়মান সচেতন যুৱক-যুৱতী সকলে অনুষ্ঠানত উপস্থিত থাকি সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
বৃহত্তৰ কলগাছিয়া নাগৰিক সামজৰ হৈ নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এম মোজাম্মিল হুছেইনে কয় যে, ‘‘আমাৰ বৃহত্তৰ কলগাছিয়া অঞ্চল অসমৰে ভিতৰত এখনি শান্তিপূৰ্ণ ঠাই, এই অঞ্চলত কোনো সন্ত্ৰাসবাদীক কেতিয়াও কোনো প্ৰশ্ৰয় নিয়া নহয় আনকি যদি কোনোবাই আমাক মিছা অপবাদ দিব বিচাৰে সেয়া আমি তীব্ৰ বিৰোধীতা কৰো৷ অসমৰ সকলো জাতি-জনগোষ্ঠী আমি শান্তি সম্প্ৰীতিৰে জীয়াই থকাটো বিচাৰো৷

facebook
twitter
google+
fb share