ৰাজ্যসভা সচিবালয়ত পদ খালী

ৰাজ্যসভা সচিবালয়ত খালী হোৱা পদ নিযুক্তি প্ৰদানৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাবে আবেদন বিচৰা হৈছে৷

  • পদসমূহ - জ্যেষ্ঠ কাৰ্যবাহী, সুৰক্ষা সহায়ক, কনিষ্ঠ - অধিক জানিবৰ বাবে চাওক— সহায়ক, লাইব্ৰেৰী সহায়ক আদি।
  • পদৰ সংখ্যা - ১৪৩ টা৷
  • শিক্ষাগত অৰ্হতা - পদ অনুযায়ী ভিন্ন ভিন্ন।
  • দৰমহাৰ নিৰিখ - পদ অনুযায়ী ভিন্ন ভিন্ন।
  • আবেদন পদ্ধতি - অনলাইনযোগে।
  • আবেদন মাচুল - সাধাৰণ শ্রেণী আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ১৬০ টকা। এছ টি. এছ চি আৰু মহিলা প্রার্থীৰ মাচুল নালাগে।
  • নিযুক্তি প্রক্রিয়া - লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ।
  • আবেদনৰ অন্তিম দিন - ২৯ আগষ্ট, ২০১৬৷
অধিক জানিবৰ বাবে চাওকঃ www.rajyasabha.nic.in

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment