অইল ইণ্ডিয়া লিমিটেডে খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে৷
- পদ - ৰীগ ইঞ্জিনীয়াৰ৷
- পদৰ সংখ্যা - ৫ টা৷
- শিক্ষাগত অৰ্হতা - মেকানিকেল ইঞ্জিনীয়াৰিঙত স্নাতক৷
- দৰমহাৰ নিৰিখ - ৫০,০০০ টকা৷
- নিযুক্তি প্রক্রিয়া - মৌখিক সাক্ষাৎকাৰ।
- সাক্ষাৎকাৰৰ স্থান - চেন্টাৰ অব্ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ, ৰুক্মিণীগাঁও, জি এছ ৰোড, গুৱাহাটী৷
- আবেদনৰ অন্তিম দিন - ১২ আগষ্ট, ২০১৬৷
অধিক জানিবৰ বাবে চাওকঃ www.oil-india.com
“NEonline.in” can give basic notion what about it !
We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism.
Our goal is to reach each and every corner of the whole country and becoming the voice of voice less.
Editor : S. A. Ahmed,
Executive Editor : Shakil Ahmed,
please send us a mail to post here, Email: neonlinenews@gmail.com
facebook
twitter
google+
fb share