বেংক অব্ মহাৰাষ্ট্ৰত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷

- পদ - বিষয়া, সুৰক্ষা বিষয়া, ক্লাৰ্ক ৷
- পদৰ সংখ্যা - ১,৩১৫ টা৷
- শিক্ষাগত অৰ্হতা - নিৰ্দিষ্ট শাখাত স্নাতক।
- দৰমহাৰ নিৰিখ - পদ অনুযায়ী ভিন্ন।
- আবেদন মাচুল - সাধাৰণ আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ৫০০ টকা আৰু এছ টি/এছ চিৰ বাবে ১০০ টকা৷
- আবেদন পদ্ধতি - অনলাইনযোগে৷
- আবেদন প্ৰক্ৰিয়া- লিখিত আৰু মোখিক সাক্ষাৎ৷
- আবেদনৰ অন্তিম দিন - ৬ চেপ্টমেবৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃ www.bankofmaharashtra.in

facebook
twitter
google+
fb share