পদ খালী:ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে৷


  • পদ - কনিষ্ঠ সহায়ক৷  
  • পদৰ সংখ্যা - ১০৬ টা৷
  • বয়স - ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। 
  • শিক্ষাগত অৰ্হতা - হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণৰ লগতে তিনি বছৰীয়া মেকানিকেল ডিপ্লমা। 
  • দৰমহাৰ নিৰিখ - ১২,০০০ টকাৰ পৰা ২৮,৫০০ টকা। 
  • আবেদন মাচুল - সাধাৰণ আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ৪০০ টকা আৰু এছ টি/এছ চিৰ মাচুল নালাগে।
  • আবেদন পদ্ধতি - অনলাইনযোগে৷
  • আবেদনৰ অন্তিম দিন - ৫ চেপ্টমেবৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃ www.aai.aero

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment