পদ খালী:এয়াৰ ইণ্ডিয়া চার্টাৰ্ছ লিমিটেড

এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্চ লিমিটেডত খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে


  • পদ - উপ-প্রবন্ধক, জ্যেষ্ঠ - বিষয়া, বিত্তীয় সহায়ক। 
  • পদৰ সংখ্যা - ১১ টা৷
  • বয়স - ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব। 
  • শিক্ষাগত অৰ্হতা - পদ অনুযায়ী ভিন্ন। 
  • দৰমহাৰ নিৰিখ - পদ অনুযায়ী ভিন্ন। 
  • আবেদন মাচুল - সাধাৰণ আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ৫০০ টকা আৰু এছ টি/এছ চিৰ মাচুল নালাগে।
  • আবেদন পত্ৰ পঠোৱাৰ ঠিকনা - মুখ্য বিষয়া, মানৱ সম্পদ বিভাগ, এয়াৰ ইণ্ডিয়া চাৰ্টাৰ্ছ লিমিটেড, এয়াৰলাইনচ্ হাউচ, দৰবাৰ হল ৰোড, কোচি ৬৮২০১৬।
  • নিযুক্তি প্রক্রিয়া - মোখিক সাক্ষাৎকাৰ।
  • আবেদনৰ অন্তিম দিন - ১৮ আগষ্ট, ২০১৬
অধিক জানিবৰ বাবে চাওকঃ www.airindiaexpress.in

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment