
ৰে’লটেল কৰ্প’ৰেচন অব্ ইণ্ডিয়া খালী হোৱা পদত নিযুক্তি প্ৰদানৰ বাবে আবেদন পত্ৰ বিচাৰিছে৷
- পদ - সহায়ক অভিযন্তা৷
- পদৰ সংখ্যা - ৬১ টা৷
- শিক্ষাগত অৰ্হতা - বি ই/বি টেক/বি এচ ছি ইলেক্ট্ৰনিকছ্।
- দৰমহাৰ নিৰিখ - ২০,০০০ টকা লগতে অন্যান্ন সা-সুবিধাসমূহ।
- আবেদন মাচুল - সাধাৰণ আৰু অন্যান্য পিচপৰা শ্রেণীৰ বাবে ২০০ টকা আৰু এছ টি/এছ চিৰ বাবে ১০০ টকা৷
- আবেদন পত্ৰ পঠোৱাৰ ঠিকনা - জি ডি এম, ৰে’লটেল কৰ্প’ৰেচন অব্ ইণ্ডিয়া, ছেক্টৰ ৪৪, গুৰগাঁও ১২২০০৩৷
- আবেদনৰ অন্তিম দিন - ২৬ আগষ্ট, ২০১৬৷
অধিক জানিবৰ বাবে চাওকঃ www.railtelindia.com

facebook
twitter
google+
fb share