ৱেব ডেস্ক, ২০ জুলাই, ২০১৬ :
জিমনাচিয়ান দীপা কৰ্মকাৰে ' World Class Gymnast' হিচাবে চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছে।

এই চাৰ্টিফিকেট কৰা তেওঁৱেই হৈছে প্ৰথম ভাৰতীয় । দীপাক এই চাৰ্টিফিকেট প্ৰদান কৰিছে ' Fedaration International de Gymnastique' য়ে। উল্লেখ্য যে ত্ৰিপুৰাৰ ২২ বছৰীয়া দীপাই ইতিমধ্যে অলিম্পিকত প্ৰথম ভাৰতীয় মহিলা জিমনাচিয়ান হিচাবে যোগদান কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগতে দীপাই ২০১৪ চনৰ Commanwealth Gamesত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছিল ।
facebook
twitter
google+
fb share