ৱেব ডেস্ক, ২০ জুলাই, ২০১৬ :
ইন্টাৰনেটত চালমান খান আৰু চানী লিয়ন ভাৰতবৰ্ষৰ সবাতোকৈ বেছি চাৰ্চ কৰা ভাৰতীয় শিল্পী । এইকথা আজি সদৰী কৰিছে গুগুলে। বিগত ১০ বছৰৰ তথ্য সাদৰী কৰি গুগুল কৰ্তৃপক্ষই কয়- অভিনেতা সকলৰ ভিতৰত চালমান খান প্ৰথম , দ্বিতীয় ছাহৰুখ খান আৰু তৃতীয় অক্ষয় কুমাৰ । আনহাতে মহিলাৰ শাখাত ক্ৰমে চানী লিয়ন, কাটৰিনা কাঈফ, কৰিনা কাপুৰ, দিপীকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰা আছে।
“NEonline.in” can give basic notion what about it !
We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism.
Our goal is to reach each and every corner of the whole country and becoming the voice of voice less.
Editor : S. A. Ahmed,
Executive Editor : Shakil Ahmed,
please send us a mail to post here, Email: neonlinenews@gmail.com
facebook
twitter
google+
fb share